Assam GK in Assamese Language
| Assamese General Knowledge
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)ভাৰতৰ Napoleon বুলি কাক জনা যায়।
উত্তৰ:সমুদ্ৰগুপ্ত।
২)পল্লৱ বংশৰ(Pallav Dynasty) প্ৰতিষ্ঠাপক ? কোন আছিল?
উত্তৰ:চিমহা,বিষ্ণু।
৩)সামৰিক অভিযানকাৰী আৰু বিজেতা(Conqueror) হিচাপে খ্যাত
গুপ্ত বংশৰ ৰজাজনৰ নাম কি???
উত্তৰ:সমুদ্ৰগুপ্ত ।
৪)ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো(Dynasty) কি?
উত্তৰ:মৌৰ্যবংশ।
৫)চিছিলি(Sisili) এটা _____।
উত্তৰ:দ্বীপ।
৬) এছিয়াৰ দীৰ্ঘতম(Asia’s
Longest river) নৈ খণ ____।
উত্তৰ:ইয়াংচিকিয়াং।
৭)পৃথিৱীৰ দীৰ্ঘতম(World’s Longest river) নৈ খন ____।
উত্তৰ:নীল।
৮)জাৰ্মানীৰ ৰাজধানী(Capital of
Germany)______।
উত্তৰ:Berlin।
৯)২০০৯ চনৰ ৰাজীৱ
গান্ধী খেলৰত্ন বঁটা(Rajib Gandhi
Khelratna Award) কোন তিনিজন ক্ৰীড়াবিদক প্ৰদান কৰা হয়?
উত্তৰ:এম চি মেৰিকম(Boxing), বিজেন্দ্ৰ সিং(Boxing) আৰু সুশীল কুমাৰ
(wrestler)।
১০)সংগীত নাটক
অকাডেমীয়ে(Sangeet Natak
Academy) ২০০৯ চনৰ সংগীত ৰত্ন বঁটা কোনজন যশস্ব ব্যক্তিক প্ৰদান কৰে?
উত্তৰ:ড° ভূপেন হাজৰিকা।
১১)ভাৰতৰত্ন(Bharatratna) বঁটাৰে সন্মানিত
হোৱা প্ৰথমগৰাকি মহিলাৰ নাম কি?
উত্তৰ:দেৱিকা ৰাণী।
১২)জ্ঞানপীঠ(Gyanpeeth) বঁটা বিজয়ী প্ৰথম
মহিলাগৰাকীৰ নাম কি?
উত্তৰ:আশাপূৰ্ণা দেৱী(গ্ৰন্থ : প্ৰথম প্ৰতিশ্ৰুতি, ১৯৭৬ চন)।
১৩)মিকিনলি(Mickinley) হৈছে এটা ____।
উত্তৰ:শৃংগ।
১৪)আফ্ৰিকাৰ ছাহাৰা(Sahara desert) মৰুভূমিৰ পৰা উদ্ভৱ হোৱা শুকান আৰু গৰম বতাহ জাকক কি বুলি কোৱা হয়?
উত্তৰ:চিৰোক্কো।
১৫)কাজিৰঙা ৰাষ্ট্ৰীয়(Kaziranga National Park) উদ্যানৰ মাটিকালি কিমান?
উত্তৰ:430.00 বৰ্গ কিলোমিটাৰ।
১৬)অসমৰ কোনখন
ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ কোনো উদ্যান বা বনাঞ্চলতে নোপোৱা বনৰীয়া ঘোঁৰা (Wild Horse)পোৱা যায়?
উত্তৰ:ডিব্ৰু-চৈখোৱা।
১৭)অসমৰ দক্ষিণ দিশত
থকা বিদেশী ৰাষ্ট্ৰ(Foreign country) খন কি?
উত্তৰ:বাংলাদেশ।
১৮)2011 চনত অসমত জনসংখ্যাৰ
ঘনত্ব(Density) প্ৰতি বৰ্গ কিলোমিটাৰত ____ জন।
উত্তৰ:398 জন।
১৯)পৃথিৱীৰ(earth) উপৰিভাগৰ কিমান
ভাগ স্থলেৰে
আবৃত ?
উত্তৰ:২৯ শতাংশ।
২০)পামীৰ(Pamir) গ্ৰন্থিৰ গড়
উচ্চতা _____।
উত্তৰ:4200 মি:।
২১)বিশ্বৰ ____ কৃষিভূমি এছিয়া মহাদেশত(Asian continant) আছে।
উত্তৰ:31%।
২২)লোকসভাৰ অধ্যক্ষক(Speaker of Loksabha) নির্বাচিত কৰে—
উত্তৰ:লোকসভাৰ সদস্যসকলে।
২৩)‘ৰাষ্ট্ৰসংঘ দিৱস’(UN day) কেতিয়া পালন কৰা
হয়?
উত্তৰ:24 অক্টোবৰ।
২৪)পৃথিৱীৰ বৃহত্তম
কাল্পনিক(largest imaginary line) ৰেখা কোন ডাল?
উত্তৰ:বিষুব ৰেখা।
২৫)ভাৰতৰ উত্তৰ
পূৰ্বাঞ্চলক(North east) ভাৰত ভূ খণ্ডৰ সংযোগ কৰা ৰাজ্য খন হ’ল _____।
উত্তৰ:অসম।
২৬)অসমৰ মুঠ ধান খেতি(Rice cultivation) কৰা মাটিৰ প্ৰায় 70 শতাংশ মাটিত _____ খেতি কৰা হয়।
উত্তৰ: শালী ধানৰ খেতি।
২৭)ব্ৰহ্মপুত্ৰৰ নাব্য
জলপথটোৰ(Waterway) দৈৰ্ঘ্য ____।
উত্তৰ:891 কিলোমটাৰ
২৮)অসমৰ মাজেৰে
কিমানটা ৰাষ্ট্ৰীয় ঘাই পথ(National highway) আছে?
উত্তৰ:12 টা।
২৯)ভাৰত চৰকাৰে 1988 চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয়
জলপথ (Second National
highway) হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো ____।
উত্তৰ:ব্ৰহ্মপুত্ৰ নাব্য জলপথ।
৩০)ভাৰতৰ মুঠ চাহ
উৎপাদনৰ(Tea producers) আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্য _____।
উত্তৰ:অসম।
৩১)ভাৰত চৰকাৰে 2013 চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ(Waterway) হিছাপে স্বীকৃতি
দিয়া নাব্য জলপথটো ____।
উত্তৰ:বৰাকৰ নাব্য জলপথ।
৩২)2011 চনৰ লোপিয়ল(Census) মতে অসমৰ নগৰত বাস
কৰা লোকৰ সংখ্যা ___।
উত্তৰ:14.09 %
৩৩)অসমৰ ৰাজ্যিক জন্তু(National animal) কি?
উত্তৰ:গঁড়।
৩৪)ভাৰতবৰ্ষৰ মুঠ
প্ৰাকৃতিক গেছ(Natural gas) উৎপাদনৰ ____ অসমে উৎপাদন কৰে।
উত্তৰ:25%।
৩৫)2011 চনৰ লোপিয়ল মতে
অসমত লিংগ অনুপাত(Gender ratio) হল _____ জন।
উত্তৰ:958 জন।
৩৬)অসমৰ প্ৰধান খাদ্য
শস্য(Food crop) হল ____।
উত্তৰ:ধান।
৩৭)2011 চনৰ লোপিয়ল মতে
অসমত শিক্ষিতৰ(Literature ratio) হাৰ _____।
উত্তৰ:72.19%
৩৮)মাছ উৎপাদনত(Fish producing) অসমৰ জিলা সমূহৰ ভিতৰত ____ জিলা অৱস্থিত।
উত্তৰ:নগাঁও।
৩৯)জালিয়ানৱালাবাগ
হত্যাকাণ্ড(The Jallianwala
Bagh massacre) ক’ত সংঘটিত হৈছিল?
উত্তৰ:অমৃতসৰ।
৪০)চৌৰা-চৌৰাৰ ঘটনা(The incident of Choura-Chaura) কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:১৯২১ চনত৷