Assam GK in Assamese Language
| Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)ইন্দিৰা গান্ধী
ৰাষ্ট্ৰীয় মুকলি বিশ্ববিদ্যালয়(IGNOU-Indira Gandhi National Open University) ক’ত অৱস্থিত?
উত্তৰ:নতুন
দিল্লী।
২)আটাতকৈ দীৰ্ঘতম কেৰিয়াৰ
থকা ভাৰতীয় Lone Tennis খেলুৱৈগৰাকীৰ নাম কি?
উত্তৰ:ৰামনাথন
কৃষ্ণণ
৩)Megsese Award লাভ কৰা
প্ৰথম ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰ:আচাৰ্য
বিনোৱা ভাৱে(১৯৫৮)।
৪)অসমৰ কোনজন মুকাভিনয়
শিল্পীক ২০১০ বৰ্ষৰ বাবে সংগীত নাটক অকাডেমী (Sangeet Natak Academy)বঁটাৰে সন্মানিত কৰা হয়?
উত্তৰ:মইনুল হক।
৫)অসমৰ এগৰাকী অভিনেত্ৰীয়ে
শেখৰ কাপুৰৰ দ্বাৰা পৰিচালিত Bandit Queen চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ
কৰিছিল। এই অভিনেত্ৰীগৰাকীৰ নাম কি?
উত্তৰ:সীমা
বিশ্বাস।
৬)শততম উইকেট দখল কৰা
প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ(Indian Cricketer) কোন?
উত্তৰ:কপিল দেৱ
৭)গান্ধী জয়ন্তী(Gandhi Jayanti) কোন
দিনাখন পালন কৰা হয়?
উত্তৰ:২ অক্টোবৰ।
৮)ৰাষ্ট্ৰীয় ক্ৰীড়া(National Sports Day) দিৱস
হিচাপে কোনটো দিন পালন কৰা হয়।
উত্তৰ:২০ আগষ্ট
৯)কাৰ্গিল (Kargil Vijay Diwas)দিৱস কোনদিনানখন
পালন কৰা হয়।
উত্তৰ:২৬ জুলাই।
১০)ভাৰতবৰ্ষত সংখ্যালঘু
অধিকাৰ(Minority Rights Day) দিৱস কোনটো দিনত উদযাপন কৰা হয়?
উত্তৰ:১৮
ডিচেম্বৰ।
১১)ৰাষ্ট্ৰীয়(National Youth Day) যুৱ দিৱস কোন
তাৰিখে পালন কৰা হয়?
উত্তৰ:১২
জানুৱাৰী।
১২)১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ
যুদ্ধত ভাৰত জয়ী হোৱা ঘটনাকলৈ ভাৰতবৰ্ষত কোন তাৰিখে ‘বিজয় দিৱস(Vijay Diwas)’ পালন কৰা হয়?
উত্তৰ:১৬
ডিচেম্বৰ।
১৩) ভাৰত ত্যাগ দিৱস কেতিয়া
পালন(Celebrated) কৰা হয়?
উত্তৰ:৯ আগষ্টত।
১৪)ভাৰতীয় বায়ু সেনা(Air Force Day) দিৱস
কেতিয়া পালন কৰা হয়?
উত্তৰ:৮
অক্টোবৰত।
১৫)কোনজন বিখ্যাত কবিয়ে
তবলা আৱিস্কাৰ(Tabla Inventor) কৰা বুলি কোৱা হয়?
উত্তৰ : আমিৰ
খুছৰু।
১৬)ভাৰতীয় সাহিত্য জগতত
কোনটো নামেৰে ধনপত ৰায় শ্ৰীবাস্তৱ (Dhanpat rai Sribastav)সুপৰিচিত?
উত্তৰ:মুন্সী
প্ৰেমচান্দ।
১৭)ভাৰতৰ প্ৰথম মহিলা
ৰাষ্ট্ৰদূত কোন আছিল?
উত্তৰ:ছি বি
মুথাম্বা।
১৮)কাল্পনিক চহৰ মালগুড়ি
কোনজন লেখকে সৃষ্টি কৰিছিল?
উত্তৰ:আৰ কে
নাৰায়ণ।
১৯)ওজাপালিৰ মুখ্য পালিজনক
কি বোলে?
উত্তৰ:ডাইনা-পালি।
২০)সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ আৰু পৰশমণি কি?
উত্তৰ:কবিতা৷
২১)আনন্দ চন্দ্ৰ আগৰৱালা কি
নামেৰে জনাজাত আছিল?
উত্তৰ:ভাঙনি
কোৱৰ।
২২)সমাসৰ অৰ্থ প্ৰকাশ কৰা
বাক্যক কি বোলে?
উত্তৰ: ব্যাসবাক্য।
২৩)‘তেজৰে কমলাপতি’ বৰগীতটিত
নিন্দ শব্দটোৱে কি অৰ্থ কৰিছে?
উত্তৰ:টোপনি।
২৪)‘গোলাপ’ শব্দটো অসমীয়া
ভাষালৈ কোন ভাষাৰ পৰা অহা?
উত্তৰ:ফাৰ্চি।
২৫)অসমীয়া সাহিত্যৰ কোন
গৰাকী কবি ‘ধ্বনি কবি’ ৰুপে খ্যাত?
উত্তৰ:বিনন্দ
চন্দ্ৰ বৰুৱা।
২৬)‘মোৰ জীৱন সোৱৰণ’ কোনজন
ব্যক্তিৰ আত্মজীৱনী?
উত্তৰ:লক্ষ্মীনাথ
বেজবৰুৱা।
২৭)চাণক্যই প্ৰণয়ন কৰা বিখ্যাত
গ্ৰন্থখনৰ নাম কি?
উত্তৰ:অৰ্থশাস্ত্ৰ
।
২৮)বিক্ৰমাদিত্য
উপাধি কোনে গ্ৰহণ কৰিছিল?
উত্তৰ:দ্বিতীয়
চন্দ্ৰগুপ্ত ।
২৯)কোনজন ব্যক্তিয়ে অশোকক বৌদ্ধ ধৰ্মত
অন্তৰ্ভুক্ত কৰিছিল?
উত্তৰ:উপগুপ্ত ।
৩০)কোনজন প্ৰাচীন ভাৰতৰ ৰজাক ভাৰতবৰ্ষৰ প্ৰথমজন ঐতিহাসিক সম্ৰাট হিচাপে বিবেচনা কৰা হয়?
উত্তৰ:চন্দ্ৰগুপ্ত
মৌৰ্য
৩১) আন্তৰাষ্ট্ৰীয় দৰ্শকৰ বাবে পুন‘নিৰ্মাণ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰখনৰ নাম কি?
উত্তৰ:মুন্নাভাই
এম বি বি এছ।
৩২)ভাৰতবৰ্ষৰ প্ৰথম সংগীত
বিদ্যালয় খনৰ নাম কি?
উত্তৰ:শান্তি
নিকেতন, ১৯০১ চনত স্থাপিত।
৩৩)ভাৰতৰ জাতীয় কবি কাক
আখ্যা দিয়া হয়?
উত্তৰ:মৈথিলী
চৰণগুপ্ত।
৩৪)ভাৰতত প্ৰথমে ক’ত আৰু
কেতিয়া কাগজ কল স্থাপন কৰা হৈছিল?
উত্তৰ:১৮৩২ চনত, পশ্চিম বংগত
৩৫)ভাৰতীয় ইতিহাসত কোনজন
শাসকক (Amitraghat)অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?
উত্তৰ:বিন্দুসাৰ।
৩৬)ৰূপকোঁৱৰ কোন?
উত্তৰ:জ্যোতিপ্ৰসাদ
আগৰৱালা।
৩৭)লিটিকাই, নোমল, পাচনী আৰু চিকৰপতি –
নিকৰপতি কি?
উত্তৰ:নাট।
৩৮) কোনজন অসমীয়া সাহিত্যিক
‘শিলভদ্ৰ’ নামেৰে খ্যাত?
উত্তৰ:ৰেৱতীমোহন
দত্তচৌধুৰী।
৩৯)বা – বিচনী মানে কি?
উত্তৰ:কান্ধৰ
পিছফাল।
৪০)শংকৰদেৱে ৰচনা কৰা
গীতবোৰক কি বোলে?
উত্তৰ:বৰগীত।
৪১)ফেঁচাই কি কৰে?
উত্তৰ:কুৰুলিয়াই।
৪২)ভাৰতৰ উৰণীয়া সংগীতজ্ঞ
হিচাপে জনাজাত বিখ্যাত ভাৰতীয় সংগীতজ্ঞ(Indian Musician) জনৰ নাম কি?
উত্তৰ:ভীমসেন
যোশী।
৪৩)পৃথিৱীৰ বৃহত্তম উট মেলা
হিচাপে খ্যাত আৰু ৰাজস্থানত অনুষ্ঠিত বিখ্যাত মেলা খনৰ নাম কি?
উত্তৰ:পুস্কৰ
মেলা৷
৪৪)মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মূলৰ (First indian woman to go to space) মহিলা গৰাকীৰ নাম কি?
উত্তৰ:কল্পনা
চাওলা
৪৫)২০১২ চনৰ সাহিত্য
অকাডেমিৰ বাল সাহিত্য পুৰস্কাৰ(Children Literature award) কোনে লাভ কৰিছিল?
উত্তৰ:শান্তনু
তামুলী।
৪৬)কোনজন অসমীয়া সাহিত্যিকৰ
ছদ্মনাম ‘ভানুনন্দন”?
উত্তৰ:ড° সূৰ্য্য কুমাৰ ভূঞা।
৪৭)সাৰথিৰ লেখক কোন?
উত্তৰ:সত্যনাথ
বৰা।
৪৮)বৰ্তমান কোনখন শিশু
আলোচনী প্ৰকাশ হৈ আছে?
উত্তৰ: মৌচাক।
৪৯)‘লোহিত্য’ শব্দই কোনখন
নদীক বুজাইছে?
উত্তৰ
:ব্ৰহ্মপুত্ৰ।
৫০)হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু
লক্ষ্মীনাথ বেজবৰুৱাই লগ হৈ কোনখন আলোচনী প্ৰকাশ কৰিছিল?
উত্তৰ:জোনাকী।
৫১)কোন তাৰিখে ‘শিল্পী দিৱস’
পালন কৰা হয়?
উত্তৰ:১৭
জানুৱাৰি
৫২)ভাৰতৰত্ন বঁটা লাভ কৰা
একমাত্ৰ চলচ্চিত্ৰ নিৰ্মাতা কোন?
উত্তৰ:সত্যজিত
ৰায়।
৫৩)এ আৰ ৰহমানে কোনখন
চলচ্চিত্ৰত সংগীত পৰিচানা কৰি ২০০৯ চনত অস্কাৰ বঁটা লাভ কৰে?
উত্তৰ:শ্লামডগ
মিলিয়’নেৰী।
৫৪)ভাৰতবৰ্ষত শ্বহীদ দিৱস
কোন তাৰিখে পালন কৰা হয়?
উত্তৰ:৩০
জানুৱাৰী।