Assam GK in Assamese Language PART 18 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 18 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)নিজৰ টেষ্ট ক্ৰিকেট কেৰিয়াৰত সুনীল গাভাস্কাৰে মুঠ কেইটা শতক(Centuries) ৰ্জন কৰিছিল?

উত্তৰ:৩৪।

)গীতাত কিমানটা শ্লোক(Shloak) আে?

উত্তৰ:৭০০ ৰো অধিক

)পুৰাণ(Puran) প্ৰধানকৈ কেইখন?

উত্তৰ:১৮ খন।

)ভাৰতৰ মহৎ ধৰ্মগ্ৰন্থ ‘মহাভাৰত’(Mahabharat) ৰচক কোন?

উত্তৰ:বেদ ব্যাস।

)ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিক সংখ্যক বাঘ(Tiger) পোৱা যায়?

উত্তৰ:কানহা ৰাষ্ট্ৰীয় উদ্যান।

)ভাৰতৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ বুকুত এটা দুৰ্গ(Fort) আছে?

উত্তৰ:বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান৷

)কোনখন চহৰৰ উত্তৰাঞ্চলত এটা প্ৰাচীন তীৰ্থ কেন্দ্ৰ(Centre) অৱস্থিত?

উত্তৰ:হৰিদ্বাৰ।

)ভাৰতৰ কোনখন ৰাজ্যত চিমলিপাল ৰাষ্ট্ৰীয় উদ্যান পোৱা যাব?

উত্তৰ:উৰিষ্যাত।

)মহাৰাষ্ট্ৰৰ পুনেৰ(Pune) ওচৰত থকা পাৰ্বত্য নিৱাসখনৰ নাম কি?

উত্তৰ:মহাবালেশ্বৰ

১০)দাজিপুৰ বাইছন(Baison) (এবিধ বনৰীয়া ষাঁড়) অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰ:মহাৰাষ্ট্ৰ।

১১)বিখ্যাত সংগীতজ্ঞ(Musician) নছৰত ফতেহ আলী খানে সংগীত পৰিচালনা কৰা অন্তিম চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:কচ্ছে ধাগে।

১২)মানাহ ৰাষ্ট্ৰীয় উদ্যানখন(National Park) ক’ত অৱস্থিত?

উত্তৰ:বৰপেটা (অসম)।

১৩)কোনখন পাৰ্বত্য নিবাস ব্ৰিটিছসকলৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল আৰু বৰ্তমান হিমাচল প্ৰদেশৰ(Himachal Pradesh) ৰাজধানী?

উত্তৰ:ছিমলা

১৪)উৰিষ্যাৰ খনিজ সম্পদৰ ৰপ্তানিৰ(Export) বাবে উন্নয়ন সাধন কৰা বংগোপসাগৰত অৱস্থিত বন্দৰটোৰ নাম কি?

উত্তৰ:পাৰাদ্বীপ।

১৫)ভাৰতৰ প্ৰথম মহিলা গ্ৰেণ্ডমাষ্টাৰগৰাকীৰ(Grandmaster) নাম কি?

উত্তৰ:এছ বিজয়ালক্ষ্মী।

১৬)মুঠ চাৰিবাৰ দবাৰ(Chess) সন্মানীয় পুৰস্কাৰ অস্কাৰ লাভ কৰি ইতিহাস ৰচা ভাৰতীয় দবাৰুজন কোন?

উত্তৰ:বিশ্বনাথন আনন্দ।

১৭)কোন চনত ভাৰতে বিশ্বকাপ ক্ৰিকেট(World cup cricket) প্ৰতিযোগিতাত জয়লাভ কৰিছিল?

উত্তৰ:১৯৮৩৷

১৮)Singh Is King ছবিত বলিষ্ঠ অভিনয় কৰি সুনাম অৰ্জন কৰা অভিনেতাজনৰ নাম অক্ষয় কুমাৰ।বলিউডৰ এই জনপ্ৰিয় অভিনেতাজনৰ আচল নাম কি?

উত্তৰ:ৰাজিৱ ভাটিয়া।

১৯)কিৰণ দেশাইৰ(Kiran Desai) দ্বাৰা ৰচিত গ্ৰন্থখন কি?

উত্তৰ:দ্য ইনহেৰিটেঞ্চ অৱ লছ।

২০)গীতাঞ্জলি(Gitanjali) নামৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ:ৰবীন্দ্ৰনাথ ঠাকুৰ।

২১)গোৱালিয়ৰত অৱস্থিত বিখ্যাত দুৰ্গটোৰ(Fort) নাম কি?

উত্তৰ:গোৱালিয়ৰ দুৰ্গ।

২২)আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিলৰ(ICC) মুৰব্বী হোৱা প্ৰথমগৰাকী ভাৰতীয় তথা ছিয়াৰ প্ৰথমগৰাকী ব্যক্তি কোন?

উত্তৰ:জগমোহন ডালমিয়া।

২৩)সত্যসন্ধ্যা কাৰ পত্নী(Wife) আছিল?

উত্তৰ:কুসুম্বৰ ভূঞা।

২৪)সাহিত্য অকাডেমি(Sahitya Academy) বঁটা পোৱা প্ৰথমজন অসমীয়া সাহিত্যিক কোন?

উত্তৰ:যতীন্দ্ৰনাথ দুৱৰা।

২৫)অক্সিজেন নোহোৱাকৈ মাউণ্ট এভাৰেষ্ট(Mount Everest) আৰোহণ কৰা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি?

উত্তৰ:ফু দৰ্জ্জী।

২৬)পণ্ডিত ৰবি শংকৰ(Rabi Shankar) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ সংগীত বাদক৷ তেখেত কোনবিধ বাদ্যযন্ত্ৰৰ লগত জড়িত?

উত্তৰ:চেতাৰ।

২৭)প্ৰথম মহিলা ভাৰতীয় আৰক্ষী সেৱা বিষয়া(First woman police officer) গৰাকী কোন আছিল?

উত্তৰ:কিৰণ বেদী।

২৮)দুবাৰকৈ মাউণ্ট এভাৰেষ্ট(Mount everst) বগোৱা একমাত্ৰ মহিলা গৰাকীৰ নাম কি লিখা?

উত্তৰ:সন্তোষ যাদৱ।

২৯)কোনো এখন টেষ্ট মেচৰ(Test Match) এক ইনিংছত সমগ্ৰ ১০ টা উইকেট দখলকাৰী একমাত্ৰ ভাৰতীয় ব’লাৰজন কোন?

উত্তৰ:অনিল কুম্বলে।

৩০)ভাৰতৰ বৃহত্তম বেংকটো(India’s Largest bank) কি?

উত্তৰ:এছ বি আই ।

৩১)‘মেকং নৈ দেখিলোঁ” ভ্ৰমণ কাহিনীখনৰ লেখক কোন?

উত্তৰ:হেম বৰুৱা।

৩২)‘জোকৰ মুখত চুণ দিয়া’ মানে কি?

উত্তৰ:উচিত প্ৰত্যুত্তৰ দিয়া৷

৩৩)‘বগা বগা চাহাবৰ ৰঙা ৰঙা টুপী: এক ঘোচা মাৰিলে উঠে জ্বলি পকি।এনে কথাক কি বুলি কোৱা হয়(Idioms)?

উত্তৰ:সাঁথৰ

৩৪)১৯৬৯ চনত পোন প্ৰথম বাৰৰ বাবে দাদা চাহেব ফাল্কে(Dada Saheb Phalke) বঁটা প্ৰদান কৰা প্ৰথম ব্যক্তিগৰাকী কোন?

উত্তৰ:ইন্দিৰা গান্ধী।

৩৫)Miss Universe খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন?

উত্তৰ:সুস্মিতা সেন।

৩৬)ভাৰতীয় কলাসাহিত্যবিজ্ঞান আৰু ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদানৰ বাবে প্ৰদান কৰা ভাৰতৰ সৰ্বোচ্চ বঁটাটোৰ(Highest Award) নাম কি?

উত্তৰ:ভাৰত ৰত্ন।

৩৭)২০০৭ চনত The Inheritance of loss গ্ৰন্থৰ বাবে কোনজন ভাৰতীয় লেখিকাই বুকাৰ বঁটা লাভ কৰিছিল?

উত্তৰ:কিৰণ দেশাই।

৩৮)ক্ৰীড়াৰ সৈতে জড়িত কোন ধৰণৰ ব্যক্তিক দ্ৰোণাচাৰ্য্য বঁটা(Dronacharjya Award) প্ৰদান কৰা হয়?

উত্তৰ:ক্ৰীড়া প্ৰ্শিক্ষকসকলক দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়।

৩৯)মিচ ৱৰ্ল্ড(Miss world) খিতাপ লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন?

উত্তৰ : ৰীতা ফাৰিয়া।

৪০)ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক(Chief Minister) কোনে নিযুক্তি দিয়ে?

উত্তৰ:ৰাজ্যপাল।

 


Post a Comment

Previous Post Next Post