Assam GK in Assamese Language PART 19 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 18 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)পদ্মশ্ৰী বঁটা লাভ কৰা ভাৰতৰ প্ৰথম অভিনেত্ৰীগৰাকী কোন?

উত্তৰ:নাৰ্গিছ দত্ত।

)আমিৰ খানে বলিষ্ঠ অভিনয় কৰা আৰু অস্কাৰ বঁটাৰ বাবে মনোনীত হোৱা জনপ্ৰিয় চলচ্চিত্ৰ ‘লগান’ৰ পৰিচালক কোন আছিল?

উত্তৰ:আশুতোষ গোৱাৰিকাৰ।

)প্ৰসিদ্ধ অভিনেতা কামাল হাছান(Kamal Hasan) অভিনীত প্ৰথম হিন্দী চলচ্চিট্ৰখনৰ নাম কি?

উত্তৰ:এক দুজে কে লিয়ে।

)মহাৰাষ্ট্ৰৰ(Maharastra) বাহিৰে ভাৰতৰ আন কোনখন ৰাজ্যই লতা মংগেশকাৰ বঁটা প্ৰদান কৰে?

উত্তৰ:মধ্য প্ৰদেশ।

)ৰমেশ চিপ্পিৰ পৰিচালনাত নিৰ্মিত জনপ্ৰিয় হিন্দী চলচ্চিত্ৰ ‘শ্ৰোলে’ত গব্বৰ সিংৰ অভিনয় কৰা প্ৰখ্যাত অভিনেতাজনৰ নাম কি?

উত্তৰ:আমজাদ খান।

)ভাৰতৰ প্ৰথম চিনেমা হলটোৰ নাম কি?

উত্তৰ:এলফিল্সটন পিকচাৰ পেলেচ(মুম্বাই)।

)গায়ক লাকী আলীৰ(Lucky Ali) পিতৃ হিন্দী চলচ্চিত্ৰৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আছিল৷ তেওঁৰ নাম কি?

উত্তৰ:মেহেমুদ।

)কোনটো বিখ্যাত(Famous) কীৰ্তিস্তম্ভৰ মুখ্য প্ৰৱেশ পথটোৰ নাম ‘লাহোৰ গেট’?

উত্তৰ:লালকিল্লা।

)ছাইলেন্ট ভেলি নামৰ বিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখন ক’ত আছে?

উত্তৰ:কেৰালা।

১০)ভাৰতবৰ্ষৰ কোনখন পাৰ্বত্য নিবাস চাহৰ বাবে পৃথিৱী বিখ্যাত?

উত্তৰ:দাৰ্জিলিং।

১১)পঞ্জাৱৰ কোনখন ঠাই স্বৰ্ণ মন্দিৰৰ বাবে বিখ্যাত?

উত্তৰ:অমৃতসৰ।

১২)ভাৰতবৰ্ষৰ সংসদৰ সভা দুখনৰ নাম কি?

উত্তৰ:লোকসভা আৰু ৰাজ্যসভা।

১৩)লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিত কৰিবলৈ নুণ্যতম(Minimum) বয়স কিমান হোৱা প্ৰয়োজন?

উত্তৰ:২৫ বছৰ।

১৪)ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে?

উত্তৰ:দুজন সদস্য।

১৫)লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে?

উত্তৰ:লোকসভাৰ সদস্যসকলে।

১৬)কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি দিয়ে?

উত্তৰ:ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।

১৭)ভাৰতবৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা(Civil Service) আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলৰ কাৰ্যকাল কিমান?

উত্তৰ:৬ বছৰ।

১৮)ৰাজ্যসভাৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা কিমান?

উত্তৰ:২৫০ জন।

১৯)লোকসভাৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা কিমান?

উত্তৰ:৫৫২ জন (সৰ্বাধিক)।

২০)ভাৰতৰ সাধাৰণ নিৰ্বাচন পোনপ্ৰথমে কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰ:১৯৫২ চনত

২১)কলকাতাত অৱস্থিত বিখ্যাত কলা-বীথিকাটোৰ নাম কি?

উত্তৰ:ভিক্তোৰিয়া মেম’ৰিয়েল।

২২)ভাৰতৰ পূব উপকূলত থকা প্ৰধান বন্দৰসমূহৰ নাম কি?

উত্তৰ:ক’লকাতা(হালদিয়াঘাট সমন্বিতে),পাৰাদ্বীপবিশাখাপট্টনম,চেন্নাই আৰু টুটিকৰিন।

২৩)কৰ্ণাটকৰ কুদ্ৰেমুখৰ পৰা খনন কৰা লো (Iron Ore)আকৰিকৰ ৰপ্তানিৰ সুবিধাৰ্থে উন্নয়ন সাধন কৰা বন্দৰটোৰ নাম উল্লেখ কি?

উত্তৰ:মাংগালোৰ।

২৪)নাৰিকলৰ বাকলিনাৰিকলৰ শুকুৱা শাহচাহপাত,কফি আদিৰ ৰপ্তানিৰ বাবে খ্যাত মালাৱৰ উপকূলৰ প্ৰধান বন্দৰটোৰ নাম কি?

উত্তৰ:কোচি।

২৫)গুজৰাটৰ প্ৰধান বন্দৰ কোনটো?

উত্তৰ:কান্দলা।

২৬)গোৱাৰ উপকূলত কোনটো বন্দৰ(Port) অৱস্থিত?

উত্তৰ:মৰ্মুগাওঁ।

২৭)হিন্দী চলচ্চিত্ৰৰ জগতত আভাস কুমাৰ গাংগুলী বুলিলে কোনজন জনপ্ৰিয় গায়কক(Singer) বুজায়?

উত্তৰ:কিশোৰ কুমাৰ।

২৮)ৰাজ্যসভাৰ অধ্যক্ষ কোন?

উত্তৰ:উপৰাষ্ট্ৰপতি।

২৯)ভাৰতবৰ্ষৰ মহান্যায়বাদীক কোনে নিযুক্তি দিয়ে?

উত্তৰ:ৰাষ্ট্ৰপতি।

৩০)কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মুৰব্বী কোন?

উত্তৰ:প্ৰধানমন্ত্ৰী।

৩১)কোন চনত লিয়েণ্ডাৰ পেজ আৰু মহেশ ভূপতিয়ে উইম্বলডনৰ(Wimbldon) পুৰুষৰ ডাবলছ খিতাপ লাভ কৰে?

উত্তৰ:১৯৯৯৷

 ৩২)জ্ঞানপীঠ(Gyanpeeth) বঁটা হৈছে ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান। বৰ্তমানলৈকে কোনটো ভাৰতীয় ভাষাৰ সাহিত্যিকে এই সন্মান সৰ্বাধিক বাৰ লাভ কৰিছে?

উত্তৰ:কানাড়া।

৩৩)নৌ বাহিনী(Navy Day) দিৱস হিচাপে ভাৰতবৰ্ষত কোনটো দিন উদযাপিত হয়?

উত্তৰ:৪ ডিচেম্বৰ।

৩৪)ভাৰতবৰ্ষত শিশু দিৱস হিচাপে কোনটো দিন উদযাপিত হয়?

উত্তৰ:১৪ নৱেম্বৰ।

৩৫)ন’বেল বঁটা লাভ কৰা কোনজন ভাৰতীয়ই প্ৰথমে ভাৰতৰত্ন বঁটা লাভ কৰে?

উত্তৰ:ডা: চি ভি ৰমন৷

৩৬)ভাৰতবৰ্ষত শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ:৫ ছেপ্টেম্বৰ।

৩৭)ভাৰতত সামুদ্ৰিক দিৱস(Sea Day) হিচাপে কোনটো দিৱস পালন কৰা হয়?

উত্তৰ:৫ এপ্ৰিল।

৩৮)অংকুৰ’ চলচ্চিত্ৰৰ(Film) বাবে কোনগৰাকী অভিনেত্ৰীয়ে প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?

উত্তৰ:শ্বাবানা আজমী।

৩৯)কোনগৰাকী ভাৰতীয় সংগীত পৰিচালকে ৮১তম অস্কাৰ(Oscar award) বঁটা মহোৎসৱত শ্ৰেষ্ঠ সংগীতৰ বাবে অস্কাৰ বঁটা লাভ কৰে?

উত্তৰ:এ আৰ ৰহমান

৪০)2009 চনৰ ৰাজীৱ (Rajib Gandhi)গান্ধী খেলৰত্ন বঁটা লাভ কৰা মহিলা ক্ৰীড়াবীদজনৰ নাম কি?

উত্তৰ:এম চি মেৰিকম’ম।

 


Post a Comment

Previous Post Next Post