Assam GK in Assamese Language PART 20 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 20 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)ভাৰতীয় চলচ্চিত্ৰৰ জনক ৰূপে কাক জনা যায়?

উত্তৰ:দাদা চাহেব ফাল্কে।

)ভাৰতৰ প্ৰথম টেকনি-কালাৰ চিনেমা কোনখন?

উত্তৰ:ঝান্সী-কি-ৰাণী।

)হিন্দী বোলছবিৰ তেওঁ আটাইতকৈ জনপ্ৰিয় অভিনেতা৷ বিবিছিৰ মতামত সমীক্ষাৰ দ্বাৰা তেওঁক শতিকাৰ যশস্বী তাৰকাৰ সন্মান প্ৰদান কৰা হৈছে। তেওঁ কোন?

উত্তৰ:অমিতাভ বচ্চন।

)‘গীত গোবিন্দ’ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ:জয়দেৱ।

 )‘গান্ধী’ ছবিখনৰ বাবে কোনজন ভাৰতীয়ই অস্কাৰ বঁটা(Oscar Award) লাভ কৰিছিল?

উত্তৰ:ভানু আথাইয়া।

)হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি মহাকাব্যখনৰ নাম কি?

উত্তৰ:ৰাময়ণ৷

)ৰাষ্ট্ৰীয় কবি(National Poet) হিচাপে ভাৰতৰ কোনগৰাকী ব্যক্তিক অভিহিত কৰা হয়?

উত্তৰ:মৈথেলী চৰণ গপ্ত।

)ভাৰতত নিৰ্মিত প্ৰথম সবাক চলচ্চিত্ৰ কোনখন?

উত্তৰ:কাগজ কে ফুল।

)My experiment with truth’ নামৰ আত্মজীৱনীখন কোনজন প্ৰসিদ্ধ ভাৰতীয় ব্যক্তিৰ?

উত্তৰ:মহাত্মা গান্ধী।

১০)A princess remember’নামৰ আত্মজীৱনীখন কোনগৰাকী প্ৰসিদ্ধ লেখিকাৰ?

উত্তৰ:মহাৰাণী গায়ত্ৰী দেৱী।

১১)চহৰ এখনৰ কোনটো প্ৰশাসনীয় গোটক স্থানীয়ভাৱে নিৰ্বাচন( locallyElected) কৰা হয়?

উত্তৰ:নগৰপালিকা নিগম বা পৌৰ নিগম।

১২)ভাৰতত ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন?

উত্তৰ:ৰাজ্যপাল।

১৩)ভাৰতত আটাইতকৈ মৰ্যাদাসম্পন্ন চলচ্চিত্ৰ বঁটা কোনটো?

উত্তৰ:দাদা চাহেব ফাল্কে বঁটা।

১৪)১৯৯৮ চনত বেংককত অনুষ্ঠিত হোৱা ত্ৰয়োদশ এছিয়ান গেমছৰ ১৫ মিটাৰ ট্ৰেক আৰু ফিল্ড ইভেন্টত সোণৰ পদক অৰ্জন কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি?

উত্তৰ:জ্যোতিৰ্ময় শিকদাৰ।

১৫)২০১০ চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হোৱা ঠাইখনৰ নাম কি?

উত্তৰ:নতুন দিল্লী (ভাৰত)।

১৬)এছিয়ান গেমছত(Asian games) পোনপ্ৰথমবাৰৰ বাবে সোণৰ পদ লাভ কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন?

উত্তৰ:কমলজিৎ সন্ধু।

১৭)প্ৰথম এছিয়ান(Asian games) গেমছত ভাৰতে কিমানটা সোণৰ পদক লাভ কৰিছিল?

উত্তৰ:১৭টা।

১৮)এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত হেট্ৰিক(Hattrick) অৰ্জন কৰা প্ৰথম ভাৰীয় খেলুৱৈগৰাকী কোন?

উত্তৰ:চেতন শৰ্মা।

১৯)ইণ্ডিয়া উইনচ ফ্ৰিডম গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ:মৌলানা আবুল কালাম আজদ৷

২০)পঞ্চতন্ত্ৰ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ:বিষ্ণু শৰ্মা।

২১)২০১০ চনৰ কমনৱেলথ গেমছৰ আয়োজক দেশখনৰ নাম কি?

উত্তৰ:ভাৰতবৰ্ষ৷

২২)ৰামায়ণৰ ৰচয়িতা কোন?

উত্তৰ:বাল্মিকী।

২৩)ভাৰতৰ জনপ্ৰিয়(Famous) ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰৰ সম্পূৰ্ণ নাম কি?

উত্তৰ:শচীন ৰমেশ তেণ্ডুলকাৰ

২৪)অলিম্পিকত পদক লাভ কৰা প্ৰথমভাৰতীয় মহিলা (Woman weight lifter)ভাৰোত্তোলকগৰাকীৰ নাম কি?

উত্তৰ:কৰ্ণম মালেশ্বৰী।

২৫)টেষ্ট মেচৰ(Test match) দুয়োটা ইনিংছত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন?

উত্তৰ:১৯৪৭-৪৮ চনত অষ্ট্ৰেলিয়াৰ এডেলইডত বিজয় হাজাৰেই দুটা ইনিংছত ক্ৰমে ১১৬ আৰু ১৪৫ ৰাণ কৰিছিল।

২৬)অৰ্জুন(Arjuna Award) বঁটাদ্ৰোণাচাৰ্য বঁটা আৰু পদ্মশ্ৰী পোৱা একমাত্ৰ ভাৰতীয় খেলৱৈগৰাকীৰ নাম কি?

উত্তৰ:বাহাদুৰ সিং।

২৭)কোনটো ক্ষেত্ৰত উৎকৃষ্ট পাৰদৰ্শিতাৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয়?

উত্তৰ:ক্রীড়া৷

২৮)হলিউডৰ কোনখন চলচ্চিত্ৰক হিন্দী ভাষাত ডাবিং কৰা হয়?

উত্তৰ:জুৰাছিক পাৰ্ক।

২৯)মেগছেছে বঁটা লাভ কৰা প্ৰথম ভাৰতীয় চলচ্চিত্ৰ কি?

উত্তৰ:মেইনে প্যাৰ কিয়া।

৩০)বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক এ আৰ ৰহমানে সংগীত পৰিচালনা কৰা প্ৰথম হিন্দী চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:ৰোজা

৩১)ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমগৰাকী গায়ক কোন?

উত্তৰ:ডব্লিউ এম খান।

৩২)বলীউডৰ প্ৰথম চিত্ৰ তাৰকাগৰাকী কোনযাৰ মমৰ প্ৰতিমূৰ্তি লণ্ডনৰ বিখ্যাত মেডাম টুছাউডছ সংগ্ৰহালয়ত সংৰক্ষিত কৰি থোৱা আছে?

উত্তৰ:অমিতাভ বচ্চন।

৩৩)শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা(Award) পোৱা একমাত্ৰ পুৰুষ অভিনেতাগৰাকীৰ নাম কি?

উত্তৰ:নিৰ্মল পাণ্ডে  

৩৪)অভিনেত্ৰী নাৰ্গিছ দত্তই শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰা চলচ্চিত্ৰখনৰ(Film) নাম কি?

উত্তৰ:ৰাত ঔৰ দিন।

৩৫)‘শ্বোলে’ নামৰ জনপ্ৰিয় হিন্দী চলচ্চিত্ৰখনৰ পৰিচালকৰ নাম কি?

উত্তৰ:ৰমেশ চিপ্পি।

৩৬)1969 চনত ‘সাত হিন্দুস্তানী’ চলচ্চিত্ৰ খনত আত্মপ্ৰকাশৰ দ্বাৰা অভিনয়(Acting) জীৱন আৰম্ভ কৰা অভিনেতাজন কোন?

উত্তৰ:অমিতাভ বচ্চন।

৩৭)সৰ্বপ্ৰথম ভাৰতীয় আলেখ্য চলচ্চিত্ৰ ‘ৰাজা হৰিশ্চন্দ্ৰ’ই কেতিয়া কৰিছিল?

উত্তৰ:১৯১৩ চনত৷

৩৮)কোনখন ভাৰতীয় চলচ্চিত্ৰই পোন প্ৰথমে অস্কাৰ(Oscar Award) বঁটাৰ বাবে মনোনীত হৈছিল?

উত্তৰ:মাদাৰ ইণ্ডিয়া।

৩৯)‘ভাৰতৰত্ন বটা’ লাভ কৰা ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ নিৰ্মাতাগৰাকী কোন?

উত্তৰ:সত্যজিৎ ৰায়।

৪০)ভাৰতত পৰীক্ষামূলকভাৱে কিমান চনত টেলিভিচন(Television) প্ৰচাৰ সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ:১৯৫৯ চনত।

 


Post a Comment

Previous Post Next Post