অসমীয়া আবেদন লিখাৰ নিয়ম । ৰন্ধন গেছৰ বাবে আবেদন কেনেকৈ লিখে

 Application writing for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন কেনেকৈ লিখিব -by Buranjipedia

How to write an application for applying cooking gas


To

The Manager

Name of Dealer/Shop

Date: ________

Sub: Application for cooking gas

Dear Sir,

This is an application to remind you that I have registered my name as a consumer of……………Gas in your concern on………………. But I regret to say that I have not yet been favoured with the supply of the same.

So I humbly request you to relieve me of unnecessary trouble by supplying………Gas regularly. I hope you will take prompt action in the matter.

Thanking you.

Address:

                              Yours faithfully

                      ……………………..

ৰন্ধন গেছৰ বাবে আবেদন।

প্ৰতি

মেনেজাৰ,

(ডিলাৰ/দোকানৰ নাম)

ঠিকনা

তাৰিখ:________

বিষয়: ৰন্ধন গেছৰ বাবে আবেদন।

মহাশয়,

আপোনাক সোৱৰাই দিব বিচাৰিছো যে, মই এজন আপোনালোকৰ ৰন্ধন গেছৰ গ্ৰাহক হিচাবে আপোনালোকৰ সংস্থাত যোৱা…….তাৰিখে মোৰ নাম নথিভুক্ত কৰিছিলো। কিন্তু মই অতি দুখেৰে জনাব লগা হৈছে যে, এতিয়াও মই গেছ পোৱা নাই। সেয়েহে আপোনাক অনুৰোধ কৰো যে, নিয়মিত গেছ যোগান ধৰি মোক অযথা কষ্টৰ পৰা মুক্ত কৰিব। আশাকৰো আপুনি অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব।

ধন্যবাদ।

ঠিকনা                                

আপোনাৰ বিশ্বাসী

_____________

 

Post a Comment

Previous Post Next Post